পেৰামেডিকেল কি? উচ্চতৰ মাধ্যমিকৰ পাছত এটা উজ্জ্বল কেৰিয়াৰৰ পথ
পেৰামেডিকেল কি? উচ্চতৰ মাধ্যমিকৰ পাছত এটা উজ্জ্বল কেৰিয়াৰৰ পথ বৰ্তমান সময়ত স্বাস্থ্যসেৱা কেৱল ডাক্তৰ বা নাৰ্ছৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। এখন উন্নত চিকিৎসালয় বা এখন সফল স্বাস্থ্য ব্যৱস্থাৰ আঁৰত যিটো বিভাগৰ অৱদান আটাইতকৈ বেছি, সেয়া হৈছে পেৰামেডিকেল (Paramedical) বিভাগ। সাধাৰণতে বহুতৰে ধাৰণা থাকে যে চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ মানেই কেৱল ডাক্তৰ কিন্তু সত্যটো হ’ল যে … Read more